চকুৰ বাবে প্ৰয়োজনীয় ভিটামিন

চকুৰ বাবে প্ৰয়োজনীয় ভিটামিন কেইটা হল ভিটামিন A, B, C আৰু E
প্ৰয়োজনীয় ভিটামিন কেইটাৰ অভাৱত চকুৰ নানা ৰোগ হব পাৰে।cataract বা চকুৰ চানি পৰা, glaucoma, age related macular degeneration মানে ৰেটিনা ৰ সমস্যা, night blindness মানে কম পোহৰ ত ৰাতি নেদেখা এইবোৰ ভিটামিনৰ অভাৱত হয়।
ভিটামিন A উৎস
গাজৰ
মিঠা আলু
স্কুৱাছ
ৰঙালাউ
ভিটামিন E উৎস
আলমণ্ড
বাদাম
চয়াবিন
ভিটামিন C উৎস টেঙা জাতীয় ফল
ভিটামিন B উৎস
সেউজীয়া শাক পাচলি
মাছ, মাংস
কণী 

Comments

Popular posts from this blog

চিকিৎসাৰ ক্ষেত্ৰত ৰোগীৰ অধিকাৰ আৰু দায়িত্ব

চকুৰ মণিৰ ওপৰত চামনি পৰিছে নেকি? টেৰিজিয়াম কি?

চকু টিপিওৱা আৰু চকুৰ স্বাস্থ্যৰ সম্পৰ্ক