চকুত পানী মৰা অভ্যাস ভাল নে বেয়া

বহু লোকে চকুত পানী মৰা ভাল নে বেয়া সুধি থাকে। আচলতে বহুত মানুহৰ জোৰে জোৰে চকু ত পানী মৰা অভ্যাস থকা দেখা যায়।

উপকাৰ:
চকুত পানী মৰিলে চকুৰ শুকান ভাৱ দূৰ হয় আৰু ধূলি-মলিৰ পৰা পৰিষ্কাৰ হয়। ই চকুক সতেজ কৰি ৰাখে আৰু সৰু সৰু জ্বলা-পোৰাৰ পৰা সকাহ দিয়ে। কিন্তু জোৰে পানী মাৰিব নালাগে।

অপকাৰ:

যদি পানী অপৰিচ্ছন্ন হয়, তেন্তে চকুত সংক্ৰমণ হ’ব পাৰে। 
অত্যধিক পানী মৰিলে চকুৰ পৰ্দা (cornea) ক্ষতিগ্ৰস্ত হ’ব পাৰে আৰু দৃষ্টিশক্তিৰ সমস্যা হ’ব পাৰে।

(মন কৰিব: চকুৰ সমস্যা গুৰুতৰ হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।)

Comments

Popular posts from this blog

চকু টিপিওৱা আৰু চকুৰ স্বাস্থ্যৰ সম্পৰ্ক

চকুৰ মণিৰ ওপৰত চামনি পৰিছে নেকি? টেৰিজিয়াম কি?

চিকিৎসাৰ ক্ষেত্ৰত ৰোগীৰ অধিকাৰ আৰু দায়িত্ব